ৰঙিয়াত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ সংবাদ মেল

 03/28/2023 - 19:53
 
ৰঙিয়াত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ সংবাদ মেল। অসমীয়াৰ স্বাভিমান গামোচাক লৈ অপমানক কৰা নচলিব। বাংলা সাহিত্য সভাক কঠোৰ সকীয়নি সংগঠনটোৰ। লগতে সকীয়নি সমন্বয়ৰ কথা কোৱা সাহিত্যিক-অভিনেতাকো। অসমীয়াৰ স্বাভিমানক লৈ খেলা নকৰিব।২৪ ঘণ্টাৰ ভিতৰত বাংলা সাহিত্য সভাই সংবাদ মেল যোগে ক্ষমা নুখুজিলে আন্দোলনৰ ভাবুকি 
সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।