গৰমচুং সাৰ্বজনীন শ্ৰীশ্ৰী বাসন্তী পূজাত ভক্তৰ উথপথপ পৰিৱেশ

 03/30/2023 - 14:30
 
 
বাহাৰঘাটঃ অন্যান্য প্ৰান্তৰ লগতে কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত গৰমচুং (ডিঙৰা)টো অনুষ্ঠিত হৈছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী বাসন্তীৰ৷ সোমবাৰে ষষ্ঠীৰ দিনাৰ পৰা গাঁওবাসীয়ে উলহ-মালহেৰে উদযাপন কৰিছে বাসন্তী দেৱীৰ পূজা-অৰ্চনা৷ পূজাৰ প্ৰতিটো দিনে অজস্ৰ ভক্তপ্ৰাণ ৰাইজে দেৱীৰ আশীষ বিছাৰি ধুপ,ধুনা,নৈবদ্য আগবঢ়াইছে দেৱীৰ চৰণত৷ ইয়াৰোপৰি প্ৰতিটো নিশাৰ সাংস্কৃতিক কাৰ্য্যসূচীটো যথেষ্ট ৰাইজৰ সমাগম মন কৰিবলগীয়া৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।