Guinness World Record ৰ বাবে জিলাই জিলাই এতিয়া চলিছে নাচনীৰ প্ৰশিক্ষণ

 03/30/2023 - 15:23
 
 
 ধেমাজিত ৱল্ড ৰেৰ্কডৰ বাবে চলা বিহু প্ৰশিক্ষণৰ অগ্ৰগতি বুজ লয় অসম চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে৷ মন্ত্ৰী গৰাকী নাচনীৰ সৈতে নাচিলে এপাক৷ গামোচা বিৰ্তকৰ পৰা আমি ওলাই আহিব লাগে৷ মনত কষ্ট দিয়া কথা পাতি কি লাভ দিব৷ মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমখন আগুৱাই গৈ আছে৷ ধেমাজিৰ নগাখেলিয়াৰ চিলাৰায় ভৱনত চলিছে নাচনী-বিহুৱাৰ প্ৰশিক্ষণ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।