নলবাৰীৰ পশ্চিম নখেতিত বিহু কৰ্মশালাৰ সামৰণি

 03/31/2023 - 15:25
 
 
নলবাৰীৰ পশ্চিম নখেতিত বিহু কৰ্মশালাৰ সামৰণি৷উলাবড়ী পশ্চিম নখেতি মিলন এম ই স্কুল প্ৰাংগনত অনুষ্ঠিত কৰ্মশালাত অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা বিহুৰ প্ৰশিক্ষণ দিয়ে৷
পশ্চিম উপৰ বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা ২৫ ৰ পৰা ৩০ মাৰ্চলৈ অনুষ্ঠিত হৈছিল কৰ্মশালাৰ৷বৃহস্পতিবাৰে সামৰণি অনুষ্ঠানত কেইবাজনো বিশিষ্ট লোকে অতিথি হিচাবে উপস্থিত থাকে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।