নাৰায়ণপুৰত প্ৰচণ্ড শিলাবৃষ্টি

 04/02/2023 - 20:23

 

নাৰায়ণপুৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড শিলাবৃষ্টি। বিয়লি প্ৰায় ৪.০০ বজাত হঠাৎ আকাশ মেঘাচন্ন হৈ নাৰায়্ণপুৰৰ বিভিন্ন অঞ্চলত তীব্ৰবেগী ধুমুহা অহাৰ লগতে হয় প্ৰচণ্ড শিল-বৰষুণ।
নাৰায়্ণপুৰৰ ধলপুৰ,কঁচুৱা,দকোৱা,পিছলাগুৰি,ভোগপুৰ কাঠনি,জৰাবাৰী আদি অঞ্চলত তীব্ৰবেগী ধুমুহা আৰু শিলাবৃষ্টি হয়।শিলাবৃষ্টিৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ বৰ্তমালৈকে জানিব পৰা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.