বৰভাগৰ কমাৰকুছিত নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ সাধাৰণ সম্পাদক পৃথিৰাজ সাথে

 04/05/2023 - 19:06
 
 
বৰভাগ আৰু বৰক্ষেত্ৰী মণ্ডল কংগ্ৰেছৰ যুটীয়া কাৰ্য্যনিৰ্বাহ সভাত সাংগঠনিক ভাষন নেতা গৰাকীৰ৷কাৰ্য্যনিৰ্বাহ সভাৰ পূৰ্বে কমাৰকুছি চকত এখন পথ সভা অনুষ্ঠিত কৰে কংগ্ৰেছ কৰ্মী সকলে৷সভাত নলবাৰী জিলা কংগ্ৰেছৰ বিষয়ববীয়াৰ লগতে প্ৰদেশ কংগ্ৰেছৰ একাংশ বিষয়ববীয়া উপস্থিত থাকে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।