কমলপুৰৰ বৰমাৰৈত কৰিশ্মা নাথৰ নাগাৰা নাম পৰিৱেশন

 04/07/2023 - 12:12
 
 
 কমলপুৰৰ বৰমাৰৈত জন্মদিন উপলক্ষে কৰিশ্মা নাথৰ নাগাৰা নাম পৰিৱেশন। প্ৰতিদিনে ৰাইজৰ মাজত এতিয়া জনপ্ৰিয়তা দুগুন উৎসাহেৰে বাঢ়িহে গৈছে কৰিশ্মা নাথৰ নাগাৰা নামৰ। এসময়ত নাগাৰা নামৰ জনপ্ৰিয়তা বয়োজ্যেষ্ঠ লোকৰ মাজত হে দেখিবলৈ পোৱা গৈছিল যদিও কিন্তু এতিয়া কৰিশ্মা নাথৰ নাগাৰা নামে আনি দিছে এক সুকীয়া জনপ্ৰিয়তা যাৰ বাবে যুৱ প্ৰজন্মৰ মাজত নাগৰা নাম চোৱাৰ উৎসাহ দেখিবলৈ পোৱা গৈছে। প্ৰায় দহ হাজাৰ দৰ্শকে উপভোগ কৰিলে কৰিশ্মাৰ নাগাৰা নাম।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।