নিৰ্মাণ কাৰ্যৰ বুজ ল’বলৈ আজি এইমচত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

 04/09/2023 - 13:12
মুকলিৰ পথত গুৱাহাটী AIIMS ৷ ১৪ এপ্ৰিলত প্ৰধান মন্ত্ৰীয়ে মুকলি কৰিব AIIMS ৷ প্ৰায় ৯০% কাম সম্পূৰ্ণ হৈছে। আজি নিৰ্মাণ কাৰ্যৰ বুজ লবলৈ এইমচত উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।