ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগৰবেৰাতো বিহু কৰ্মশালা

 04/10/2023 - 12:15
 
 
নগৰবেৰাঃ বাপতি সাহোন ৰঙালী বিহুটিক লৈ সকলোৰে থৌকিবাথৌ মন, চৌপাশে চলিছে বিহুৰ প্ৰস্তুতি৷ কামৰূপৰ নগৰবেৰাতো আঞ্চলিক ভিত্তিত এইবেলি আয়োজন কৰা হৈছে বিহু সন্মিলনৰ হীৰক জয়ন্তী৷ ৩০ চ’তৰ পৰা ৪ বহাগলৈ পালন কৰা হ’ব এই কাৰ্যসূচী৷ সেইমৰ্মে আঞ্চলিক ভিত্তিত নগৰবেৰা আঞ্চলিক ৰাস ময়দানত পুৱা-গধূলি চলিছে বিহুৰ আখৰা৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।