কৰিমগঞ্জৰ পাথাৰকান্দিত ১২ লাখ টকাৰ কফচিৰাপ জব্দ আৰক্ষীৰ

 04/10/2023 - 14:45
 
 
কৰিমগঞ্জঃ কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষীৰ অভিযানত জব্দ কেইবা লাখ টকাৰ নিষিদ্ধ কফচিৰাপ। লগতে আটক লুতফুৰ ৰহমান নামৰ এগৰাকী সৰবৰাহকাৰী। গোপন সূত্ৰৰ ভিত্তিত পাথাৰকান্দি আৰক্ষী য়ে পশ্চিম কচুবাড়ী গাঁৱৰ জনৈক লুতফুৰ ৰহমানৰ ঘৰতে তালাচি চলাই সাত কাৰ্টুনত (CODINE) মুট 853 টাকৈ বটল উদ্ধাৰ কৰাৰ লগতে নগদ ১০৫০০ টকা জব্দ কৰে। জব্দকৃত কফচিৰাপৰ খিনিৰ অনুমানিক বজাৰ মূল্য ১২ লাখ টকা হব বুলি আৰক্ষীয়ে জানিব দিয়ে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.