শেষ কৰি দিয়া হ'বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাবুকি...

 03/05/2024 - 11:54
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰাণে মৰাৰ ভাবুকি।
  • কৰ্ণাটকৰ ছুৰপুৰৰ এগৰাকী লোকে প্ৰদান কৰিছে এই ভাবুকি।
  • এটা ভিডিঅযোগে এই ভাবুকি প্ৰদান কৰিছে লোকজনে।
  • ইতিমধ্যে ভাইৰেল হৈ পৰা ভিডিঅটোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
  • ভিডিঅটোত কোৱা হৈছে যে, কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ আহিলে মোডীক শেষ কৰি দিয়া হব।
  • ভিডিঅটোৰ লোকজনক চিনাক্ত কৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।