03/21/2024 - 22:00
in
![](https://pratibimbalive.com/sites/default/files/styles/article-detail/public/articles/kisss.jpg?itok=28LG8Pl6)
ডিজিটেল ডেস্কঃ বহাগলৈ মাজত আৰু মাত্ৰ কেইটামান দিন। এইবেলি বহাগ বিহুৰ মঞ্চ কপাঁবলৈ সাজু হৈছে অসমৰ নবীন-প্ৰবীণ সকলো কন্ঠশিল্পী। এইবেলি বহাগত জুবিন গাৰ্গে এটি অনুষ্ঠানৰ বাবে মাননি লব ১০ৰ পৰা ১২লাখ টকা। ইফালে এইবেলি পাপনেও এটি সংগীতানুষ্ঠানৰ বাবে লব ১২ৰ পৰা ১৫লাখ টকা। ইফালে নৱপ্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় শিল্পী নীল আকাশে ৬-৮লাখ টকা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
এইবেলি বহাগত কোনে কিমান টকা মাননি হিচাপে গ্ৰহণ কৰিব-
- প্ৰিয়ংকা ভৰালী- ৩ৰ পৰা ৫লাখ টকা।
- দীক্ষু শৰ্মা- ৪-৫লাখ টকা।
- শংকুৰাজ কোৱঁৰ- ৫-৬লাখ টকা।
- দিপলীনা ডেকা- ৪.৫০লাখ টকা।
- কুসুম কৈলাশ- ৫-৭লাখ টকা।
- বাবু বৰুৱা- ২.৫লাখ পৰা ৪লাখ।
- বৰ্ণালী কলিতা- ৪.৫০লাখ টকা।
- প্ৰবীণ বৰা- ৩- ৫লাখ টকা।
- ৰাকেশ ৰিয়ান- ৪.৫০লাখ টকা।
- দেৱজিত বৰা- ৩.৫০লাখ টকা।
- বিপিন চাউদাং- ২.২০- ২.৫০লাখ টকা।
- আচুৰ্য বৰপাত্ৰ- ৬-৮লাখ টকা।
- ভৃগু কাশ্যপ- ৫-৮লাখ টকা।
- কৃষ্ণমণি চুতীয়া- ৩.৫০লাখ টকা।
- ৰূপম ভূঞা- ২.২৫লাখ টকা।