ৰাণীক চেৰাই লখিমপুৰত উদয় শংকৰে পালে কংগ্ৰেছৰ টিকট...

 03/24/2024 - 00:51
  • চলিত চৰ্চা অনুসৰিয়েই ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাই লখিমপুৰত পালে কংগ্ৰেছৰ টিকট।
  • আগন্তুক নিৰ্বাচনত বিজেপিৰ প্ৰদান বৰুৱাৰ বিপৰীতে যুঁজ দিব কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই।
  • ২৩মাৰ্চত কংগ্ৰেছৰ তালিকাত আহিল উদয় শংকৰ হাজৰিকাৰ নাম। 
  • উল্লেখ কৰা প্ৰয়োজন যে, ১৯এপ্ৰিলৰ প্ৰথম পৰ্যায়তে হব লখিমপুৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ।
  • লখিমপুৰ লোকসভা সমষ্টিৰ টিকট প্ৰদানক লৈ বিমোৰত পৰিছিল কংগ্ৰেছ নেতৃত্ব। 
  • অৱশেষত ৰাণীক চেৰাই উদয় শংকৰ হাজৰিকাই পালে টিকট। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।