ছত্তীশগড়ৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৫ আহত ১২

 06/20/2019 - 12:46

ডিজিটেল ডেস্কঃ দেশজুৰি বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা। ছত্তীশগড়ৰ বিজাপুৰত সংঘটিত হ’ল আজি ভয়ংকৰ দুৰ্ঘটনা। দুখন পিক আপ ভেনৰ সংঘৰ্ষত থিতাতে নিহত ৫ জন।

আনহাতে দুৰ্ঘটনাত আহত ১২ জন। আহত সকলক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত। আহতসকলৰ ৩জনৰ অৱস্থা সংকটজনক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।