শিশুৰ ধৰ্ষণকাৰীক গুলীয়ালে আইপিএছ বিষয়াই

 06/23/2019 - 21:32

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ আইপিএছ বিষয়াৰ এক সাহসী পদক্ষেপ। ৬ বছৰীয়া নিষ্পাপ শিশুৰ ধৰ্ষণকাৰীক গুলীয়ালে উত্তৰ প্ৰদেশৰ আইপিএছ বিষয়া অজয় পাল শৰ্মাই।

মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ ৰাজ্যত আইপিএছ বিষয়া অজয় পাল শৰ্মাই নাজিল নামৰ এজন ধর্ষণকাৰীক দিলে উচিত শাস্তি। বন্দুকৰ গুলীত আহত হয় ধর্ষণকাৰী নাজিল। আৰক্ষী বিষয়াজনৰ এনে সাহসিকতাক দেশবাসীয়ে শলাগ লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।