বিশ্বনাথত জীৱন্তে জ্বলিল বিদ্যুৎ কৰ্মচাৰী

 06/26/2019 - 14:25

ডিজিটেল ডেস্কঃ বিশ্বনাথত জীৱন্তে জ্বলিল বিদ্যুৎ কৰ্মচাৰী। কৰ্মৰত অৱস্থাতে সংঘটিত এই ভয়ংকৰ দুঘটনা। ব্যক্তিজন ৰবীন দাস বুলি জানিব পৰা গৈছে। শক্তি বিভাগৰ গাফিলতিত কৰ্মচাৰীজনৰ মৃত্যু হোৱাৰ বুলি একাংশ লোকৰ অভিযোগ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।