অম্বিকাগিৰি নগৰস্থিত চেৰাজেমত বঁটা বিতৰণী সভা সম্পন্ন

 06/26/2019 - 15:26

ডিজিটেল ডেস্কঃ অম্বিকাগিৰি নগৰত থকা চেৰাজেমত এখন বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। সভাত বয়োজ্যেষ্ঠ ভালেমান সদস্য উপস্থিত থাকে। চেৰাজেমলৈ আহি বিভিন্ন ব্যক্তিয়ে নিয়মিত থেৰাপী গ্ৰহণ কৰি সুফল পাইছে।

সভাত চেৰাজেমৰ উত্তৰ পূৱৰ মুখ্য কৰ্মকৰ্তা অভয় কুমাৰ সিং, অম্বিকাগিৰি নগৰ কেন্দ্ৰ মুখ্য ব্যক্তি কুমুদ বৰ্মন আৰু প্ৰতিবিম্ব লাইভৰ মুখ্য সম্পাদক ডঃ ভৱেশ দাস উপস্থিত থাকে। অম্বিকাগিৰি নগৰ কেন্দ্ৰৰ পৰিচাৰিকাসকলো সভাত উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।