যোৰহাট আৰক্ষীৰ সজাগতা শোভাযাত্ৰা

 06/26/2019 - 20:26

যোৰহাটঃ আজি আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য বিৰোধী দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো পালন কৰা হয় এই আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য বিৰোধী দিৱস।

যোৰহাট আৰক্ষীয়ে এই দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জিলাৰ ৰাজপথেৰে এক সজাগতা শোভাযাত্ৰা উলিয়ায়। এই যাত্ৰাত আৰক্ষী অধীক্ষকৰ লগতে যান-বাহন আৰক্ষীয়েও অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।