বৰপেটাত নাবালিকাক চুৰিকাঘাট কৰা অভিযুক্তক আটক

 06/27/2019 - 16:14

বৰপেটাঃ বৰপেটাৰ ৰাজপথত নাবালিকাক চুৰিকাঘাটৰ ঘটনাৰ সৈতে জড়িত অভিযুক্ত আকাশ দাস নামৰ যুৱকজনক আটক কৰে৷ আজি বৰপেটা চহৰত আৰক্ষীয়ে আটক কৰে উক্ত যুৱকজনক৷

বৰপেটাৰ পালাংদিহাটীত ঘৰ আকাশ দাস নামৰ অভিযুক্তটোৰ৷ অভিযুক্তটোক আটকৰ পিছতেই আৰক্ষীয়ে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।