প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্বৰ্দ্ধনা অনুষ্ঠান

 06/27/2019 - 18:46

গুৱাহাটীঃ বৃহস্পতিবাৰে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ উদ্যোগত ২০১৯ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বিশেষ ভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীক ৰাজ্যিক পৰ্যায়ত সম্বৰ্দ্ধনা জনোৱা হয়।

উক্ত অনুষ্ঠানটিত উপস্থিত থাকে সমাজ কল্যাণ বিভাগৰ মন্ত্রী প্ৰমীলা ৰাণী ব্ৰহ্ম, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীকে ধৰি বহু বিশিষ্ট ব্যক্তি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।