কুসুমটোলাস্থিত চেন্ট্ৰেল বেংকত তলা লগাই প্ৰতিবাদ গ্ৰাহক ৰাইজৰ

 06/27/2019 - 18:48

জামুগুৰিহাটঃ জামুগুৰিহাট কুসুমটোলাস্থিত চেণ্ট্ৰেল বেংকত বৃহস্পতিবাৰে তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুদ্ধ ৰাইজে৷ বেংকটোৰ বিষয়া-কৰ্মচাৰীৰ ব্যাপক দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে এই প্ৰতিবাদ গ্ৰাহক ৰাইজৰ। বহুদিন ধৰি বেংকটােত চলি থকা এনে দুৰ্নীতি কাৰ্যত ক্ষুব্ধ হৈ গ্ৰাহক ৰাইজে প্ৰতিবাদ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।