বিনামূলীয়া এলইডি বাল্ব লাভৰ বাবে গ্ৰাহকৰ ভিৰ

 06/27/2019 - 19:13

ধুবুৰীঃ ধুবুৰী চহৰৰ মাজমজিয়াত থকা বিদ্যুত বিভাগৰ কাৰ্য্যালয়ত আজি বিদ্যুত গ্ৰাহকে ভিৰ কৰে৷ উল্লেখ্য যে অসম চৰকাৰৰ আকাশ দীপ যোজনাৰ অধীনত বিদ্যুত গ্ৰাহকক বিনামূলীয়াকৈ চাৰিটা এলইডি বাল্ব যোগান ধৰা হয়৷

আজি উক্ত বাল্ব লাভৰ বাবে পুৰুষ-মহিলাই ভিৰ কৰে বিদ্যুত বিভাগৰ কাৰ্য্যালয়ত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।