তীৰ্থযাত্ৰীক ভিছা প্ৰদান কৰিবলৈ অস্বীকাৰ পাকিস্তানৰ

 06/27/2019 - 19:24

ডিজিটেল ডেস্কঃ তীৰ্থযাত্ৰীক ভিছা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে পাকিস্তানে। পাকিস্তানস্থিত মহাৰাজা ৰণজিৎ সিঙৰ পূণ্যতিথি উপলক্ষ্যে গুৰুদ্বাৰ দৰ্শনৰ বাবে ২৮২ গৰাকী তীৰ্থযাত্ৰীয়ে ভিছাৰ বাবে আবেদন কৰিছিল।

কিন্তু ইয়াৰে ২২৪ গৰাকীকহে ভিছা প্ৰদান কৰিছে পাকিস্তানে। বাকী ৫৮ গৰাকীক ভিছা প্ৰদান কৰা হোৱা নাই। কি কাৰণত বাকী তীৰ্থযাত্ৰী সকলক ভিছা প্ৰদান কৰা নাই সেয়া এতিয়াও অস্পষ্ট হৈ আছে ভাৰতৰ দৃষ্টিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।