06/28/2019 - 13:01
in
ডিজিটেল ডেস্কঃ শিৱসাগৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল ONGCৰ এজন বিষয়া। আৰক্ষীৰ অভিযোগ অনুসৰি জ্ঞানদ্বীপ গগৈয়ে আলফা(স্বাঃ)ৰ হৈ ছচিয়েল মিডিয়াত মুখপাত্ৰৰ দৰে কাম কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে৷
বিষয়াজনৰ বিৰুদ্ধে ৫৬৩/১৯ নম্বৰত ৰুজু কৰা হৈছে এটা গোচৰ।