খাৰুপেটীয়াত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

 06/28/2019 - 19:33

মঙলদৈঃ দৰঙৰ খাৰুপেটীয়াত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ। খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হয় এক পুৰুষৰ মৃতদেহ।

মৃতদেহটোৰ বয়স অনুমানিক ৪৫ পৰা ৫০ বছৰ। ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এতিয়াও চিনাক্ত হোৱা নাই মৃতদেহটো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।