টচত জিকি ইংলেণ্ডে ল’লে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত

 06/30/2019 - 16:23

ডিজিটেল ডেস্কঃ আইচিচি ক্ৰিকেট বিশ্বকাপ-২০১৯ ৰ ৩৮ সংখ্যক মেচত আজি মুখামুখি হ’ব ভাৰত আৰু ইংলেণ্ড। ভাৰতীয় সময় অনুযায়ী বিয়লি ৩ বজাৰ পৰা এই মেচ আৰম্ভ হ’ব।

ইতিমধ্যে টচ আৰম্ভ হৈছে আৰু টচত জিকিছে ইংলেণ্ড। টচত জিকি ইংলেণ্ডে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।