কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ

 03/19/2019 - 12:06

ডিজিটেল ডেস্ক: কংগ্ৰেছে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে অসমৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। দেশৰ মুঠ ৫৬টা সমষ্টিক লৈ সামগ্ৰিকভাৱে কংগ্ৰেছে পঞ্চমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। তেজপুৰত প্ৰাৰ্থিত্ব লাভ কৰে এম জি ভি কে ভানুৱে। লখিমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোহাঁই।

মঙলদৈৰ প্ৰাৰ্থী ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা আৰু ডিফুত পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিলে বীৰেনছিং ইংতিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।