পুনৰ স্বৰ্ণ জয় হিমা দাসৰ

 03/19/2019 - 12:35

ডিজিটেল ডেস্ক: পাটিয়ালাত অনুষ্ঠিত হোৱা ২৩ সংখ্যক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত স্বৰ্ণ অৰ্জন কৰিলে অসম গৌৰৱ হিমা দাসে। ৫২.৮৮ ছেকেণ্ডেৰে ৪০০ মিটাৰত শ্ৰেষ্ঠত্ব অৰ্জন স্বৰ্ণকন্যাৰ।

দ্বিতীয় স্থান লাভ কৰিলে দুৰন্ত প্ৰতিপক্ষ পুভাম্মা আৰু তৃতীয় স্হানত থাকিল ভাৰতীয় ট্ৰেকৰ অন্যতম কুইন সৰিতাবেন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।