মৰিগাঁৱত নৃশংস হত্যাকাণ্ডঃ স্বামীয়ে হত্যা কৰিলে পত্নীক

 06/30/2019 - 21:31

মৰিগাঁওঃ মৰিগাঁৱত লৌমহৰ্ষক হত্যাকাণ্ড। পত্নীহন্তা স্বামীক ৰাইজে গটালে আৰক্ষীক। ঘটনাৰ বিৱৰণী মতে আজি মৰিগাঁও জিলা ধৰমতুল আটিগাঁৱত হেমন্ত ভৰালী নামৰ দুই সন্তানৰ পিতৃয়ে হত্যা কৰে পত্নী সীমা ভৰালীক।

পাৰিবাৰিক কন্দলৰ বাৰে ক্ৰমে ৩ আৰু ৬ বছৰীয়া সন্তানৰ মাতৃগৰাকী হত্যা কৰে বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।