২২মাৰ্চত স্থানীয় বন্ধৰ ঘোষণা ৰাজ্য চৰকাৰৰ

 03/19/2019 - 13:42

ডিজিটেল ডেস্ক: ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয় আৰু শিক্ষানুষ্ঠান অহা ২২ মাৰ্চত বন্ধ থাকিব। দৌলযাত্রা তথা হলী মহোৎসৱৰ বাবে কামৰুপ জিলাত ৰাজ্য চৰকাৰে স্থানীয় বন্ধৰ ঘোষণা কৰিছে।

এন আই এক্ট আৰু ভাৰত চৰকাৰৰ গৃহ বিভাগৰ অধিসূচনাৰ অধীনত ৰাজ্যৰ বাহিৰত থকা বিত্তীয় প্ৰতিষ্ঠানসমূহো বন্ধ থাকিব বুলিও ৰাজ্য চৰকাৰে জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।