গুৱাহাটীত কাম কৰি থাকোতেই ডিঙি কটা গ’ল শ্ৰমিকৰ

 07/01/2019 - 18:05

 গুৱাহাটীঃ গুৱাহাটীৰ চচলৰ প্ৰিয়া এপাৰ্টমেণ্টত ঘটিছে অঘটন৷ কাম কৰি থাকোতেই ডিঙি কটা গ’ল শ্ৰমিকৰ৷

লোৰ মেচিনৰ ব্লেডেৰে কটা গ’ল শ্ৰমিকজনৰ ডিঙি। নিহত শ্ৰমিকজন ধুবুৰীৰ শুকুৰ আলী বুলি জানিব পৰা গৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।