মানকাচৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে এক বিশাল গণ বিক্ষোভ আৰু গণ মিছিলৰ আয়োজন

 07/02/2019 - 19:00

মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাখনত যোৱা কেইবামাহ ধৰি বিদ্যুতৰ লুকাভাকুয়ে সৰ্বসাধাৰণ ৰাইজক জ্বলাকলা খুৱাইছে।

যাৰ পৰিপ্ৰেক্ষিতত মানকাচৰৰ এগৰাকী সমাজকৰ্মী ৰুকুনৰ জামান, লাবলুই কাই'লৈ মানকাচৰত এক বিশাল গণবিক্ষোভ আৰু গণ মিছিলৰ আয়োজন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।