বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত উত্তাল যোৰহাট

 07/03/2019 - 16:47

যোৰহাটঃ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত উত্তাল যোৰহাটৰ ৰাজপথ। এই দৃশ্য যোৰহাট উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখৰ।

অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰতিবাদকাৰীসকলে উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত তীব্র প্ৰতিবাদ সাব্যস্ত কৰি দাহ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।