গোৱালপাৰাত প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ

 07/03/2019 - 16:52

গোৱালপাৰাঃ বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰাত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা সদৰ চহৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

আজি দিনৰ ১২ বজাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গোৱালপাৰা চহৰৰ বিঅ’চিত সংগঠন দুটাৰ প্ৰায় অৰ্ধশতাধিক নেতা-কৰ্মীয়ে প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।