ধুবুৰীৰ চাপৰত ভয়াৱহ অগ্নি কাণ্ড

 07/04/2019 - 12:33

চাপৰঃ ধুবুৰী জিলাৰ চাপৰত নিশা প্ৰায় তিনি বজাত এক ভয়াৱহ অগ্নিকাণ্ড সংগঠিত হয়। এই অগ্নিকাণ্ডৰ ফলত প্ৰায় দহখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ভস্মীভূত হয়।

য'ত আনুমানিক বহু লক্ষাধিক টকাৰ সা-সামগ্ৰী ক্ষতিগ্ৰস্থ হোৱা বুলি জানিব পৰা গৈছে। পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।