07/05/2019 - 13:00
in
ডিজিটেল ডেস্কঃ জনপ্ৰিয় কৰিঅগ্ৰাফাৰ উদয় শংকৰ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰ ভাৱে আহত হোৱা ঘটনাই তেওঁৰ অনুৰাগীসকলক দুখী কৰি তুলিছিল যদিও সম্প্ৰতি কৰিঅগ্ৰাফাৰজনে ছচিয়েল মিডিয়া যোগে নিজকে সংকটমুক্ত বুলি ঘোষণা কৰিছে।
উল্লেখ্য যে ৪ জুলাইত উদয় শংকৰে যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোতে কাহিলি পুৱা প্ৰায় ৪.৩০ বজাত নেলীত গাড়ীৰ চকা পাম্পচাৰ হৈ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত উদয় শংকৰ আহত হৈছিল।