মৰিয়নীত চোৰাং সাঁচি ব্যৱসায়ীয়ে মোকলাই নিলে গাড়ী

 07/05/2019 - 13:31

মৰিয়নী: মৰিয়নী দেবেৰাপাৰ আৰক্ষীয়ে নিশা লক্ষাধিক টকাৰ সাঁচি কাঠসহ AS03BC-5569 নম্বৰৰ এখন বলেৰ’ পিক আপ জব্দ কৰে।

মৰিয়নী গিবন অভয়াৰণ্যৰ মেলেং খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ গাতে থকা ৰে’ল গেটৰ সন্মুখৰ পৰা জব্দ কৰে পিকআপ গাড়ীখন।

দেবেৰাপাৰ আৰক্ষীয়ে জব্দ কৰা পিকআপ গাড়ীখন নিশাটোৰ ভিতৰতে চোৰাং সাঁচি ব্যৱসায়ীয়ে মোকলাই নিয়াক লৈ সমগ্ৰ মৰিয়নীৰ লগতে নকছাৰিত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.