চন্দ্ৰ অভিযানৰ বাবে মন মেলিছে চীনে

 07/05/2019 - 15:41

ডিজিটেল ডেস্কঃ পৃথিৱীৰ পৰা চন্দ্ৰৰ এটা ফালহে দেখিবলৈ পােৱা যায়। বিশ্বৰ মানৱে চন্দ্ৰৰ যিটাে ফাল দেখিবলৈ নাপায় সেই ফালটােক ঘােপমৰা অন্ধকাৰে আৱৰি ৰাখিছে বুলি ইমান দিনে ভাবি আহিছিল যদিও এই কথা প্ৰমাণ হৈছে যে চন্দ্ৰৰ নেদেখা ফালটাে দৰাচলতে অন্ধকাৰ।

চন্দ্ৰৰ অন্ধকাৰ অংশটােলৈ যাবলৈ প্ৰথমবাৰৰ বাবে সিদ্ধান্ত লৈছে চীনে। এই চন্দ্ৰ অভিযান কাৰ্যসূচীৰ সৈতে জড়িত মুখ্য অভিযন্তা য়ু উইৰেনে প্ৰকাশ কৰা মতে অতি শীঘ্ৰেই চীনে চন্দ্ৰৰ নেদেখা ফালটােলৈ মানৱ প্ৰেৰণ কৰিব। চন্দ্ৰৰ নেদেখা ফালটােলৈ যাবলৈ চীনে নিৰ্মাণ কৰি উলিয়াইছে চেঞ্জ ৪ নামৰ মহাকাশ যানখন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.