টচত জিকিল শ্ৰীলংকা

 07/06/2019 - 16:11

ডিজিটেল ডেস্কঃ আজি বিশ্বকাপ ক্ৰিকেট ২০১৯-ৰ ৪৪ সংখ্যক মেচত সমুখ মহাৰণত নামিব ভাৰত আৰু শ্ৰীলংকা। ইতিমধ্যেই টচত জিকিছে শ্ৰীলংকা। টচত জিকি শ্ৰীলংকাই প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে।

ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ’ব মেচখন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।