ডবকাৰ এনআৰএল পেট্ৰল পাম্পত হোজাই জিলা প্ৰশাসনৰ অভিযান

 07/08/2019 - 14:06

ডবকাঃ ডবকাৰ এনআৰএল পেট্ৰল পাম্পত হোজাই জিলা প্ৰশাসনৰ অভিযান৷ পেট্ৰল পাম্পটোত থকা এটা মেচিন ছিল কৰিলে প্ৰশাসনে৷ পেট্ৰল পাম্পটোত গ্ৰাহকক জোখতকৈ কম তেল দিয়াৰ অভিযোগ৷

পূৰ্বেও এই পেট্ৰল পাম্পটোত এনে ঘটনা ঘটাৰ অভিযোগ ৰাইজৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।