07/09/2019 - 13:46
in
ডিজিটেল ডেস্কঃ ন ৰূপত সজোৱা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰলৈ উন্নীত হ’ব উদ্যানখন৷ ৰাষ্ট্ৰীয় উদ্যান সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে বাজেটৰ পিছতেই ঘোষণা কৰে উদ্যানখনৰ বাবে ধাৰ্য কৰা হৈছে ১৩৭৮৫৩ কোটি টকাৰ পুঁজি৷
দেশৰ ১৭টা পৰ্যটন ক্ষেত্ৰৰ তালিকাত অৰ্ন্তভুক্ত কৰা হৈছে কাজিৰঙাক৷ এই খবৰে অসমবাসীক উৎফুল্লিত কৰিছে৷