লোকসভা নিৰ্বাচনত পৰাজিত হোৱা পিছত প্ৰথমবাৰলৈ আমেথিলৈ যাব ৰাহুল গান্ধী

 07/09/2019 - 17:24

ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনত আমেথিত নিজৰ আসন হেৰুৱা পিছত প্ৰথমবাৰৰ বাবে আমেথিলৈ যাব ৰাহুল গান্ধী।

১০ জুলাইত আমেথিৰ পাৰ্টী কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া বৈঠকত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ কৰ্মকৰ্তাসকলৰ লগতে অন্য লোককো সাক্ষাৎ কৰিব বুলি কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকীয়ে সংবাদ মাধ্যমক জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।