বিপদ সীমাৰ ওপৰত ব্ৰহ্মপুত্ৰঃ বন্ধ উজনিৰ ফেৰী সেৱা

 07/10/2019 - 12:13

যোৰহাটঃ নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী এতিয়া বিপদ সীমাৰ ওপৰত। সেয়ে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে আজিৰে পৰা উজনি অসমৰ সকলো ফেৰী সেৱা বন্ধ ঘোষণা কৰিছে।

নিমাতি ঘাটকে ধৰি উজনি অসমৰ সকলো ঘাটৰ ফেৰী বন্ধ কৰাৰ নিৰ্দেশ দিলে বিভাগটোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।