বৰপেটাৰ এটি পথে যমৰ যাতনা ভুগাইছে গাঁওবাসীক

 07/10/2019 - 15:29

পূৱ-বৰপেটাঃ বৰপেটা জিলাৰ গৰেমাৰী গাঁৱৰ এটি পথে যমৰ যাতনা ভুগাইছে গাঁওবাসীক৷ স্থানীয় ৰাইজে বাৰে বাৰে অভিযোগ কৰি অহাৰ পিছতো পথটো উন্নত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷

যাৰ বাবে স্কুল-কলেজৰ ল’ৰা-ছোৱালী তথা ৰাইজে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে৷ স্থানীয় ৰাইজে অতি সোনকালে পথটো মেৰামতি কৰি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।