ছয়গাঁৱৰ খৰখৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

 07/10/2019 - 16:18

ছয়গাঁওঃ ছয়গাঁৱৰ খৰখৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ ট্ৰাকৰ ভুলৰ বাবে আলট্ৰা বাছ দুৰ্ঘটনাগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে৷

বাছ আৰু ট্ৰাকখন পথৰ দাঁতিত বাগৰি পৰে৷ সংকটজনক অৱস্থাত ৮ জনক জিএমচিএমলৈ প্ৰেৰণ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।