ছেমি ফাইনেলঃ ভাৰতৰ লক্ষ্য এতিয়া ২৪০ ৰান

 07/10/2019 - 16:59

ডিজিটেল ডেস্কঃ আইচিচি বিশ্বকাপ ক্ৰিকেট ২০১৯ ৰ প্ৰথমখন ছেমি ফাইনেলত নিউজিলেণ্ডে ৫০ অভাৰত ৮ টা উইকেট হেৰুৱাই ২৩৯ ৰান কৰি খেল সামৰিছে।

ফাইনেলত প্ৰৱেশ কৰিবৰ বাবে ভাৰতক প্ৰয়োজন এতিয়া ৫০ অভাৰত ২৪০ ৰান।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.