ধুবুৰীৰ নায়েৰ আলগা চিকিৎসালয়ত আজৱ কাণ্ড

 07/11/2019 - 13:03

ধুবুৰীঃ ধুবুৰীৰ নায়েৰ আলগা চিকিৎসালয়ত চিকিৎসক, নাৰ্চ উপস্থিত নথকাত চিকিৎসালয়ৰ বাৰান্দাত সন্তান প্ৰসৱ এগৰাকী দুৰ্ভগীয়া মহিলাৰ।

চিকিৎসালয়খনৰ চিকিৎসক, কৰ্তৃপক্ষৰ এনে হেমাহিত নায়েৰ আলগাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।