সমুখ মহাৰণত নামিব আজি অষ্ট্ৰেলিয়া-ইংলেণ্ড

 07/11/2019 - 13:36

ডিজিটেল ডেস্কঃ আইচিচি বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ দ্বিতীয়খন ছেমিফাইনেল আজি অনুষ্ঠিত হ’ব।

ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা বাৰ্মিংহামৰ এডবেষ্টন খেলপথাৰত সমুখ মহাৰণত নামিব অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।