বজালীৰ সৰুপেটাত ৰে’লৰ চেপাত এজনৰ মৃত্যু

 07/11/2019 - 14:23

ভৱানীপুৰঃ আজি বৰপেটা জিলাৰ বজালী মহকুমাৰ সৰুপেটাত ৰে’লৰ চেপাত এজন লোকৰ মৃত্যু হয়। লোকজন বাইহাটা চাৰিআলিৰ বুলি জানিব পৰা গৈছে আৰু লোকজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

লোকজনে বিয়া খাবলৈ আহোতে সৰুপেটা ৰেলৱে ষ্টেচনত এই ঘটনা সংঘটিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।