মৰিয়নীত জব্দ কয়লাভৰ্তি ট্ৰাক

 07/11/2019 - 14:32

মৰিয়নীঃ নিশা মৰিয়নী আৰক্ষীয়ে নাটকীয় ভাৱে হঠাৎ জব্দ কৰে এখন কয়লাভৰ্তি ট্ৰাক৷ বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বহাৰ ২৪ ঘন্টাৰ পাছতহে আৰক্ষীৰ দৃষ্টিত পৰে নাগালেণ্ডৰ পৰা নিতৌ সৰবৰাহ হোৱা কয়লা ট্ৰাকৰ ওপৰত৷

মাজনিশা থানাত উপস্থিত হয় অতিৰিক্ত দণ্ডাধীশ। তেওঁ থানাত এক গোচৰ ৰুজু কৰে৷ আৰক্ষীয়ে জব্দ কৰা কয়লা ট্ৰাকখনৰ নম্বৰ AS 01 DC 9763।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।